Homeক্ৰীড়াঃ ক্ৰীড়াঃৰাজ্যঃ গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ By Notun Somoy June 30, 2025 0 128 FacebookXPinterestWhatsApp - Advertisement - অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব’ৰ্ড আৰু ৫খন বেডমিণ্টন ক’ৰ্ট সংযুক্তকৰণেৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়ামৰ নৱসংযোজনে গোলাঘাট জিলা ক্রীড়া ক্ষেত্ৰক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। - Advertisement - Share FacebookXPinterestWhatsApp Previous articleৰাজীৱ ভৱনত আছাম জাষ্টিছ শীৰ্ষক এটা প’ৰ্টেল মুকলিNext articleকাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ Notun Somoyhttps://notunsomoy.com/ গুৱাহাটীঃ অন্যান্যঃ XOBDO আৰু Assam AI Initiative-ৰ যুটীয়া প্ৰচেষ্টা: মুকলি হ’ল অসমীয়া AI Text-to-Speech প্লেটফৰ্ম “Project Pathok” -ড০ বুলজিৎ বুঢ়াগোঁহাই ৰাজ্যঃ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপতগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ গুৱাহাটীঃ কৰ্মচাৰী-পেঞ্চনাৰৰ মাজত মৰগীয়া বানচ বৃদ্ধিত বৈষম্য থাকিব নোৱাৰিব LEAVE A REPLY Cancel reply Comment: Please enter your comment! Name:* Please enter your name here Email:* You have entered an incorrect email address! Please enter your email address here Website: Save my name, email, and website in this browser for the next time I comment. Stay Connected27,268FansLike0FollowersFollow22,800SubscribersSubscribe - Advertisement - Assam clear sky enter location 24.9 ° C 24.9 ° 24.9 ° 90% 1.3m/s 0% Thu 36 ° Fri 34 ° Sat 30 ° Sun 31 ° Mon 25 ° Click & Play Now YouTube- ভিডিঅ’ ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy02:04 গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy00:51 গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy02:23 নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy02:31 অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy03:07 দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy01:51 নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy04:10 আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy02:09 শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy03:35 শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy02:08 শেহতীয়া আপডেটঃ ৰাজ্যঃ অনলাইন ঔষধ বিক্ৰীৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ 00:02:04 ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ ১৩১ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ ছুইডেনৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী অন্যান্যঃ XOBDO আৰু Assam AI Initiative-ৰ যুটীয়া প্ৰচেষ্টা: মুকলি হ’ল অসমীয়া AI Text-to-Speech প্লেটফৰ্ম “Project Pathok” -ড০ বুলজিৎ বুঢ়াগোঁহাই Load more