ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা ৰাষ্ট্ৰপতি বাইডেনৰ

- Advertisement -
- Advertisement -
- Advertisement -

♦ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা কৰিছে।

How is Donald Trump after assassination attempt and how bad was the injury?  | World News - Hindustan Times

এই তদন্তৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থাত ৰৈ যোৱা ত্রুটি সমূহ বিচাৰ কৰা হ’ব। হোৱাইট হাউছৰ পৰা ভাষণ দি ৰাষ্ট্ৰপতি বাইডেনে কয় যে ড’নাল্ড ট্রাম্পৰ সমাৱেশত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰট’কলৰ স্বতন্ত্ৰ পৰ্যালোচনাৰ নিৰ্দেশ দিয়া হৈছে যাতে এই পৰিঘটনাসমূহ ভালদৰে পৰীক্ষা কৰিব পৰা যায়। তেওঁ কয় যে, এই স্বতন্ত্র পর্যালোচনাৰ তথ্যসমূহ আমেৰিকাৰ জনসাধাৰণৰ বাবে স্বচ্ছ ৰূপত আগবঢ়াই দিয়া হ’ব।

Donald Trump News: Latest on the 2024 presidential candidate | NBC News

এই ঘটনাৰ পিছত আমেৰিকাই হিংসাক প্রত্যাখ্যান কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি ৰাষ্ট্ৰপতি বাইডেনে কয় যে আক্ৰমণকাৰীৰ উদ্দেশ্যক লৈ আমেৰিকাৰ জনতাই এতিয়া আলোচনা কৰি থকাটো উচিত নহয়। তেওঁ আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনক কোনো বাধা নোহোৱাকৈ তদন্ত চলাবলৈ অনুমতি দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,923FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
24 ° C
24 °
24 °
78 %
2.7kmh
61 %
Thu
23 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ