37.4 C
Guwahati
Wednesday, April 2, 2025

Buy now

উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা

- Advertisement -
- Advertisement -
- Advertisement -

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা দিছে। North East India to be battered by heavy rains on Monday, Tuesday; IMD  issues orange alert - The Economic Timesবতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আদিতো এই সময়ছোৱাত যথেষ্ঠ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মধ্য ভাৰতত অহা ৪ দিনলৈ বিজুলী-ঢেৰেকণিৰ লগতে বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,479FansLike
0FollowersFollow
22,300SubscribersSubscribe
- Advertisement -
Assam
clear sky
37.4 ° C
37.4 °
37.4 °
21 %
3.1kmh
6 %
Wed
37 °
Thu
40 °
Fri
41 °
Sat
40 °
Sun
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
‘ইতিহাসৰ পাত লুটিয়াই’ || খণ্ডঃ ১৯ || #notun_somoy
03:27
Video thumbnail
পঞ্চায়ত নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী ব্যৱস্থাপনা সমিতি আৰু নিৰ্বাচনী ইস্তাহাৰ সমিতি ঘোষণা#notun_somoy
01:43
Video thumbnail
হিমন্ত বিশ্ব শৰ্মা হৃদয়হীন মুখ্যমন্ত্ৰীঃ কংগ্ৰেছ || #notun_somoy
01:43
Video thumbnail
বিটিএডি পৰিষদৰ নিৰ্বাচনত বিপিএফ জয়ী হোৱাৰ আশা || #notun_somoy
11:49
Video thumbnail
শিৱসাগৰত অৰুণোদয় আঁচনি বিতৰণত অনিয়ম || #notun_somoy
08:45
Video thumbnail
ডিমৌ বান্দৰমাৰী গড়ভগাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ || #notun_somoy
01:26
Video thumbnail
দেশৰ অৰ্থনৈতিক অৱস্থাৰ সংকট ৰাজহুৱা প্ৰতিষ্ঠান লীজত দি ধন সংগ্ৰহ || #notun_somoy
13:24
Video thumbnail
৭.৭ প্ৰাৱল্য এক বৃহৎ ভূমিকম্প || #notun_somoy
03:01
Video thumbnail
শিৱসাগৰ নামতি মৰিনামদাঙত সম্প্ৰিতিৰ এক বিৰল নিদৰ্শন || #notun_somoy
08:33
Video thumbnail
আমি সজাগ সচেতন নোহোৱা এটা গুৰুত্বপূৰ্ণ বিষয় || #notun_somoy
01:57

শেহতীয়া আপডেটঃ