সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ আৰু শঙ্কৰী চিত্ৰশৈলীত অংকন  শীৰ্ষক কৰ্মশালা

- Advertisement -
♦ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সহযোগত আৰু ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ আন্তৰ্জাতিক সংস্থাৰ উদ্যোগত অহা ১৫ জুলাইৰ পৰা ১৯ জুলাইলৈ গুৱাহাটীৰ পানবজাৰস্থ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সভাগৃহত ” সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ আৰু শঙ্কৰী চিত্ৰশৈলীত অংকন ” শীৰ্ষক এক কৰ্মশালাৰ আয়োজন কৰা হৈছে । আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদ ( ICOMOS)ৰ উত্তৰ-পূব মণ্ডল আৰু  ডেলফিক কাউন্সিলৰ পূৰ্বোত্তৰ শাখাই কৰ্মশালাখনত সহযোগ আগবঢ়াব। উক্ত কৰ্মশালাত সাঁচিপাত প্ৰস্তুতকৰণ , অংকন আৰু পৰম্পৰাগত ৰং হেঙুল , হাইতাল আৰু প্ৰাকৃতিক উপকৰণেৰে ম’হী  (চিঞাহী ) প্ৰস্তুতকৰণ  আদি বিষয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । উক্ত প্ৰশিক্ষণ কাৰ্য্যসূচীত প্ৰশিক্ষক তথা সমল ব্যক্তি হিছাপে উপস্থিত থাকিব সাঁচিপতীয়া শিল্পী মৃদু মৌচম বৰা । উল্লেখযোগ্য যে ছ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ উদ্যোগত বিগত ২০১৩ চনৰ পৰাই প্ৰতি বছৰে জুলাই মাহত অসমৰ বিভিন্ন স্থানত এই কৰ্মশালা আয়োজিত কৰি অহা হৈছে। নিতৌ দিনৰ ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ চলিবলগা উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিব বিছৰা প্ৰশিক্ষাৰ্থী সকলক মৃদু মৌচম বৰাৰ (  ৯৪০১৩৮৩৫১৭, ৭০০২৭২৮৬৭৪) লগত যোগাযোগ কৰিবলৈ উদ্যোক্তা সমিতিয়ে আহ্বান জনাইছে ।
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,160FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
32 ° C
32 °
32 °
49 %
1kmh
43 %
Tue
29 °
Wed
26 °
Thu
30 °
Fri
32 °
Sat
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15
Video thumbnail
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ সফল সামৰণি | Successful NASA's Artemis-2 Mission | #notun_somoy
03:15

শেহতীয়া আপডেটঃ