বিশ্ব ফুটবলত অন্য এক বিস্ময় লেমিন য়ামাল

- Advertisement -
- Advertisement -
- Advertisement -

■ বিশ্ব ফুটবলত অন্য এক বিস্ময় লেমিন য়ামাল
■ ইউৰো কাপৰ আকৰ্ষণ ১৬ বছৰীয়া স্পেইনৰ য়ামাল
■ পেলে, মাৰাডোনা, মেচি, ৰোনাল্ড’ দৰে ফুটবল বিশ্বৰ যাদুকৰ সকলৰ পিছত অন্য এক নতুন বিস্ময় লেমিন য়ামাল

২০২৪ ৰ ইউৰো কাপত সমগ্ৰ বিশ্বতে চৰ্চাৰ বিষয় হৈ পৰিছে স্পেইনৰ ১৬ বছৰীয়া এই যুব ফুটবলাৰ গৰাকী। ইউৰো কাপৰ ফাইনেলত স্পেইন আৰু ইংলেণ্ড। স্পেইনে ফ্ৰান্সক হৰুৱাই ফাইনেলত পদাপৰ্ণ কৰিছে। এই ক্ষেত্ৰত সৰ্বাধিক অৰিহণা লেমিন য়ামালৰ। ফ্ৰান্সৰ বিপক্ষে য়ামালে দিয়া গলটো এক ইতিহাস হৈ থাকিব। ইউৰো কাপত সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে স্ক’ৰ কৰাৰ অভিলেখ স্থাপন কৰিলে ১৬ বছৰীয়া এই যুৱকজনে।


স্পেইনৰ ১৫, ১৬ আৰু ১৯ বছৰ দলৰ হৈ খেলাৰ উপৰিও য়ামালে জাতীয় দলৰ ১৩ খন মেচত ইতিমধ্যে অংশগ্ৰহণ কৰিছে। ২০২৩ চনৰ ২৯ এপ্ৰিলত বিশ্ব ফুটবলৰ মানচিত্ৰত ভৰি দিছিল য়ামালে।
স্পেইনৰ মাটাৰা প্ৰদেশৰ এটা শৰণাৰ্থী পৰিয়ালত জন্মগ্ৰহণ কৰা য়ামালক লৈ আজি বিশ্ব ফুটবল ব্যস্ত। পেৰিচৰ সা-জা ক্লাবে ভাৰতীয় টকাৰ মূল্যত ২ হাজাৰ কোটি টকা দি নিজৰ ক্লাবলৈ নিবলৈ চেষ্টা কৰিছে লামালক। ইউৰো ক্লাৱৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে য়ামালৰ ক্ৰীড়া কৌশল নিশ্চয় লক্ষ্য কৰিবলগীয়া হ’ব।

ইউৰো কাপৰ এইবাৰৰ আয়োজক জাৰ্মানী। জাৰ্মানীৰ শিশু শ্ৰম আইনৰ কৱলত পৰিছে বিশ্ব ফুটবলৰ নতুন যাদুকৰ য়ামাল। জাৰ্মানীৰ শিশু শ্ৰম আইন অনুসৰি স্থানীয় সময় নিশা ৮ বজাৰ পৰা নাবালক সকলে কাম কৰাটো অবৈধ। অৱশ্যে খেলুৱৈ সকলৰ বাবে নিশা ১১ বজা। অন্যথা প্ৰতিখন মেচৰ বাবে ২৭ লাখ জৰিমনা। ইউৰো কাপ আৰম্ভ হয় নিশা ৯ বজাৰ পৰা। ফলত সম্পূৰ্ণ সময় খেলিব নোৱাৰে লামালে। অৱশ্যে জৰিমণা দি হ’লেও ফাইনেলৰ সম্পূৰ্ণ সময় খেলিব স্পেইনৰ বিষ্ময়কৰ যুৱ খেলুৱৈ গৰাকীয়ে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,162FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
23.6 ° C
23.6 °
23.6 °
95 %
7.9kmh
71 %
Tue
24 °
Wed
31 °
Thu
30 °
Fri
32 °
Sat
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15

শেহতীয়া আপডেটঃ