28.8 C
Guwahati
Friday, March 14, 2025

Buy now

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত চতুৰ্থ বাৰলৈ অন্ধ্ৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত চন্দ্ৰবাবু নাইডুৰ

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্ক

চতুৰ্থ বাৰলৈ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ অধ্যক্ষ এন চন্দ্ৰবাবু নাইডুৱে।এই অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সকল ক্ৰমে অমিত শ্বাহ,জে পি নাড্ডা নীতিন গাডকাৰী।শিৱসেনাৰ মুৰব্বী একনাথ সিন্দেও উপস্থিত থাকে।

নৱগঠিত নাইডু মন্ত্ৰীসভাত উপ মুখ্যমন্ত্ৰী ৰূপে নিযুক্ত হৈছে মিত্ৰদল।জন সেনাৰ অধ্যক্ষ পৱন কল্যাণ।মুঠ ২৪ গৰাকী মন্ত্ৰীৰ ভিতৰত মুখ্যমন্ত্ৰী নাইডুৰ পুত্ৰ এন লোকেশেও স্থান লাভ কৰিছে।

টিডিপিৰ অন্ধ্ৰপ্ৰদেশ দখলত উৎসাহিত হৈ পৰিছে দেশৰ আঞ্চলিক ৰাজনীতিৰ পৃষ্ঠপোষকসকল।লক্ষণীয়ভাৱে এই শপত গ্ৰহণ অনুষ্ঠানত অসম গণ পৰিষদৰ হৈ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো অংশগ্ৰহণ কৰে।

- Advertisement -

গুৱাহাটীঃ

Stay Connected

10,457FansLike
0FollowersFollow
22,200SubscribersSubscribe
- Advertisement -
Assam
clear sky
29.9 ° C
29.9 °
29.9 °
37 %
1.3kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
খোৱাৰ বাবে আমি অতি বিশুদ্ধ পানী ব্যৱহাৰ কৰা উচিত || #notun_somoy
20:43
Video thumbnail
শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ ঐতিহাসিক গৰখীয়া মন্দিৰ তথা থান || #notun_somoy
07:54
Video thumbnail
PRESS meet with BHUPEN BORA || #notun_somoy
34:38
Video thumbnail
চামগুৰিত বন বিভাগৰ অভিযানত জব্দ শিল কঢ়িওৱা ডাম্পাৰ || #notun_somoy
01:35
Video thumbnail
উজনি অসম ১০৮ মৃত্যুঞ্জয় সেৱা কৰ্মচাৰী ইউনিয়নৰ আমগুৰিত সংবাদমেল || #notun_somoy
11:48
Video thumbnail
অনিশ্চিত ভৱিষ্যতৰ দিশে শিৱসাগৰ পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰী || #notun_somoy
03:08
Video thumbnail
‘উত্তৰ-পূব সীমান্ত ৰে’লৱেক পুনৰ গঠন কৰা হওক’ || #notun_somoy
05:47
Video thumbnail
২০২৪-২৫ বৰ্ষৰ বাজেটৰ মুঠ ব্যয় ১ লাখ ৪১ হাজাৰ ৫২৯ কোটি টকা ধাৰ্য || #notun_somoy
03:17
Video thumbnail
অতিশয় সংবেদনশীল এলেকা হিচাপে চিহ্নিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান || #notun_somoy
03:14
Video thumbnail
অসম সন্তান খনিন দাসে বনৌষধি ক্ষেত্ৰখনত দিছে এক নতুন খোজ || Velvet Bean of Assam || #notun_somoy
10:08

শেহতীয়া আপডেটঃ