ভাৰতৰ ২৬ সংখ্যক মুখ্য নির্বাচনী আয়ুক্ত হিচাপে নিযুক্ত হ’ল জ্ঞানেশ কুমাৰ

- Advertisement -
- Advertisement -
- Advertisement -

জ্ঞানেশ কুমাৰৰ বিষয়ে

● জ্ঞানেশ কুমাৰ ১৯৮৮ চনৰ কেৰালা কেডাৰৰ অৱসৰপ্ৰাপ্ত IAS বিষয়া।
● পূৰ্বে তেওঁ সংসদীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু সহযোগিতা মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
● গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ কাৰ্যকালত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট প্ৰতিষ্ঠা কৰাত তেখেতে যথেষ্ট সহায় কৰিছিল।
● এৰনাকুলামৰ জিলা উপায়ুক্ত আৰু কেৰালা ৰাজ্যিক সমবায় বেংকৰ এম ডি হিচাপেও কেৰালাত বিভিন্ন পদবীত কাম কৰি আহিছে।
● ২০১৯ চনত জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিলৰ সময়ত জম্মু-কাশ্মীৰৰ কাম-কাজ চম্ভালিবলৈ কুমাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
● আই আই টি কানপুৰৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত বি টেক ডিগ্ৰী লাভ কৰা তেখেতে আই চি এফ এ আইত বিজনেছ ফাইনেন্স আৰু হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ এনভাইৰনমেণ্টেল ইকনমিক্সত অধ্যয়ন কৰিছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,273FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
25 ° C
25 °
25 °
90%
2.1m/s
56%
Sat
24 °
Sun
32 °
Mon
29 °
Tue
31 °
Wed
33 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
প্ৰতি ৭ জনৰ ভিতৰত এজন ব্যক্তি মানসিক ৰোগৰ চিকাৰ || #notun_somoy
02:23
Video thumbnail
১৬ সংখ্যক অসম বিধানসভাৰ আজি প্ৰথমটো দিন || #notun_somoy
05:49
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09

শেহতীয়া আপডেটঃ