নিয়োগৰ পথ

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

● অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ বাবে ৪৪৫টা খালী পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে।আবেদনৰ অন্তিম তাৰিখ ৬ মাৰ্চ, ২০২৫

● বেংক অৱ বৰোডাই এপ্ৰেণ্টিছ এক্ট ১৯৬১ৰ অধীনত ৪০০০ এপ্ৰেণ্টিছ পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে।আবেদনৰ অন্তিম তাৰিখ ১১ মাৰ্চ,২০২৫

● এ পি এছ চিয়ে মীন বিভাগ, অসমৰ অধীনত মীন উন্নয়ন বিষয়াৰ ৬৫ টা খালী পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে।আবেদনৰ অন্তিম তাৰিখ ২৩ মাৰ্চ,২০২৫

● শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ফালৰ পৰা ৫টা অফিচ পিয়ন পদৰ বাবে বিজ্ঞাপন জাৰি কৰা হৈছে।আবেদনৰ অন্তিম তাৰিখ ২৫ ফেব্ৰুৱাৰী,২০২৫

● ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (SIPRD) অসমে আৰ জি এছ ইউৰ অধীনত ২৭টা জিলা প্ৰগ্ৰেম মেনেজাৰ আৰু সহকাৰী জিলা প্ৰগ্ৰেম মেনেজাৰ পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে।আবেদনৰ অন্তিম তাৰিখ ১১ মাৰ্চ,২০২৫

● প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে(DEE) অসমত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪৫০০ সহকাৰী শিক্ষকৰ পদ খালী হোৱাৰ কথা ঘোষণা কৰিছে। ATET/CTET-অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব পাৰিব

● এ পি এছ চিয়ে পি ডব্লিউ ডি অসমৰ অধীনত Assistant Architect & Junior Engineer (Civil)ৰ ৬৫৪টা খালী পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে।আবেদনৰ অন্তিম তাৰিখ ২৩ ফেব্ৰুৱাৰী,২০২৫

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,919FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
clear sky
22.4 ° C
22.4 °
22.4 °
86 %
2.5kmh
0 %
Thu
22 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ