এফ আই এইচ প্ৰ’ লীগঃ ভাৰতীয় পুৰুষ হকী দলৰ ১-০ গ’লৰ ব্যৱধানত জাৰ্মানীৰ বিৰুদ্ধে জয়লাভ

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

ওড়িশাৰ কলিংগা ষ্টেডিয়ামত অনুষ্ঠিত এফ আই এইচ প্ৰ’ লীগৰ এক ৰোমাঞ্চকৰ খেলত ভাৰতীয় পুৰুষৰ হকী দলে এফ আই এইচ প্ৰ’ লীগৰ বর্তমানৰ বিশ্ব চেম্পিয়ন জার্মানীৰ বিৰুদ্ধে ১-০ গ’লত জয়লাভ কৰে৷ চলিত সপ্তাহৰ আৰম্ভণিতে একেটা প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে ভাৰতে ৪-১ গ’লত পৰাস্ত হোৱাৰ পিছত ভাৰতৰ এই জয় এক শক্তিশালী প্ৰত্যাৱৰ্তন।

ভাৰতীয় পুৰুষ হকী দলৰ ১-০ গ’লৰ ব্যৱধানত জাৰ্মানীৰ বিৰুদ্ধে জয়লাভ

মেচখনৰ একমাত্ৰ গ’লটো গুৰজন্ত সিঙে কৰাৰ বিপৰীতে অধিনায়ক হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় ডিফেন্সে জাৰ্মানীৰ আক্ৰমণৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছিল। অমিত ৰোহিদাসক অসাধাৰণ প্ৰদৰ্শনৰ বাবে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়।

আনহাতে, মহিলা এফ আই এইচ প্ৰ’ লীগত ভাৰতীয় মহিলা দলটোৱে একেটা স্থানতে স্পেইনৰ বিৰুদ্ধে ১-০ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। ৪৯ মিনিটত স্পেইনৰ অধিনায়ক মাৰ্টা ছেগুৱে বিজয়ী গ’লটো দি নিজৰ দলৰ জয়ৰ ধাৰাবাহিকতা প্ৰতিযোগিতাখনত চাৰিখন মেচলৈ বৃদ্ধি কৰে।
ভাৰতীয় মহিলা দলটোৱে কাইলৈ ​​৫:১৫ বজাত জাৰ্মানীৰ বিৰুদ্ধে খেলাৰ বিপৰীতে ভাৰতৰ পুৰুষ দলটোৱে ​​সন্ধিয়া ৭:৩০ বজাত এফ আই এইচ প্ৰ’ লীগৰ পৰৱৰ্তী মেচখন আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,925FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
33 ° C
33 °
33 °
43 %
1.7kmh
53 %
Sat
35 °
Sun
34 °
Mon
35 °
Tue
28 °
Wed
32 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
আত্মনিৰ্ভৰশীল ভাৰতৰ চমক
03:02
Video thumbnail
ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা ৰাঘৱ চাড্ডাক অপসাৰণ | Raghav Chaddha | #notun_somoy
03:32
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03

শেহতীয়া আপডেটঃ