শিৱসাগৰত জাতীয় জনগোষ্ঠীয় সংগঠনৰ মত-বিনিময় অনুষ্ঠান

- Advertisement -
- Advertisement -
- Advertisement -

শিৱসাগৰৰ পৰা ফালহান লস্কৰঃ

▶️শিৱসাগৰত জাতীয় জনগোষ্ঠীয় সংগঠনৰ মত-বিনিময় অনুষ্ঠান
▶️অনুষ্ঠানত অসম আন্দোলনৰ অগ্ৰণী নেতা তথা অধিবক্তা নেকিবুৰ জামানৰ সংবাদমেল সম্বোধন
▶️বৰ্তমানৰ পৰিবেশৰ পৰা খিলঞ্জীয়া মুচলমান সকলক আতঁৰি থাকিবলৈ আহ্বান
▶️বিগত দিনটোৰ নাগৰিক সভাই সঠিক সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য
▶️ৰমু চলিহাই মৃত্যুৰ পূৰ্বেও মোৰ সৈতে কথা পাতি গৈছে, মই শৃংখলক ফোন কৰি লগ পাম বুলি কৈছিলো, কিন্তু তেওঁৰ ফোন বন্ধ আছে। লগ পোৱা হ’লে মই তেওঁক বুজালোহেঁতেন।
▶️ইউনিছ তামুলী মুচলমান সকলৰ অভিভাৱক নহয়, তেওঁৰ কথাত গুৰুত্ব প্ৰদান কৰিব নালাগে।
▶️আমি ইছলাম ধৰ্মৰ মানুহে সন্দেহযুক্ত বাংলাদেশীৰ সমৰ্থক নহয়।
▶️আজি ইয়াৰ পৰা খেদিলে তালৈ যাব, তাৰ পৰা খেদিলে ইয়ালৈ আহিব। গতিকে সন্দেহযুক্ত বাংলাদেশীক চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াব লাগে। দৰকাৰ হলে সীমান্তত দেখিলেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে।
▶️মই ভাবিছিলো যে এই পৰিস্থিতিবোৰ কেৱল নগাঁওলৈকেহে সীমাবদ্ধ আছে। কিন্তু মই আচৰিত সোণাৰিটো এনে ঘটনা ঘটিল।

▶️আমাৰ মানুহে অবৈধ বাংলাদেশীক প্রশ্ৰয় নিদিব। বোৰ্খা পিন্ধা প্ৰথা আমাৰ অসমীয়া মুচলমান মানুহৰ মাজত নাছিল। এতিয়া হৈ গ’ল। আমাৰ লৰাই মছজিদে মছজিদে গৈ ধৰ্মীয় শিক্ষা লোৱা দেখা নাছিলো। কিন্তু এতিয়া এইবোৰ হ’ল। কিন্তু আমাৰ ছোৱালীক বাংলাদেশীলৈ বিয়া দিয়াটো বন্ধ কৰিব লাগে।
▶️উৰিয়ামঘাটত কেৱল মুচলমান সকলকহে উচ্ছেদৰ জাননী দিয়া হৈছে বুলি ভুল তথ্য দিয়া হৈছে। এইবোৰ ভুল তথ্য। এইক্ষেত্ৰত আমাৰ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহে নিজাববীয়াকৈ তদন্ত কৰিব লাগে।
▶️ভাষা আন্দোলন, অসম আন্দোলন আদিকে ধৰি বহু কেইটা আন্দোলন আমি দেখিছো নিজে জড়িত আছো। গতিকে পৰিস্থিতিবোৰ বুজি পাওঁ।
▶️কোনো ইউনিছ তামুলীৰ কথাত আমাৰ জনগোষ্ঠীয় মুচলমান মানুহখিনি পতিয়ন যাব নালাগে, এইবোৰ অপশক্তি
▶️১৯৮০ চনৰ আমছুৰ জন্ম মই দেখিছো
▶️চৰকাৰে লোকপিয়ল কৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই, অন্যান্য সাহাৰ্য প্ৰদানৰ পৰা বঞ্চিত কৰাৰ অভিযোগ
▶️বাংলাদেশী তথা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ চৰকাৰক কওঁক
▶️১৯৬০ চনৰ পৰা জাতিৰ বাবে বহু শ্বহীদ হ’ল
▶️আমাৰ ধৰ্মহে মুচলমান কিন্তু আমি অসমীয়া এই কথা সকলোৱে মনত ৰাখিব

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,241FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23 ° C
23 °
23 °
82%
2.2m/s
93%
Sun
23 °
Mon
29 °
Tue
32 °
Wed
31 °
Thu
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47

শেহতীয়া আপডেটঃ