▶️হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ তীব্ৰ বিৰোধীতা

- Advertisement -
- Advertisement -
- Advertisement -

শিৱসাগৰৰ পৰা ফাৰহান লস্কৰঃ
▶️ঐতিহাসিক শিৱসাগৰৰ শিৱদ’লৰ সন্মুখত প্ৰতিবাদত বহি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে

বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা জনাই কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে। ঐতিহাসিক শিৱসাগৰ জিলা শিৱদ’লৰ সন্মুখৰ পৰা অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদী কাৰ্য্যসূচীৰ জড়িয়তে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক প্ৰত্যহ্বান জনোৱা হৈছে। শনিবাৰে এক প্ৰতিবাদী কাৰ্য্যসূচীৰ জড়িয়তে থলগিৰি অসমীয়া সজাগ কৰাৰ লগতে সাৱধান আৰু শাসকীয় চৰকাৰখনৰ বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰৰ দৃষ্টি নিক্ষেপ কৰা হয়।

দৌলমুখ চাৰিআলিত অনুষ্ঠিত প্ৰতিবাদ সভাত প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে, চৰকাৰে এই সিদ্ধান্তৰ জৰিয়তে ৰাজ্যবাসীৰ স্বার্থ আৰু চুক্তিৰ বিপৰীতে বিদেশীক নাগৰিকত্ব প্ৰদানৰ পথ সুগম কৰিছে। প্ৰতিবাদকাৰী সকলে স্পষ্টভাৱে কয় যে, ধৰ্মৰ আধাৰত নাগৰিকত্ব প্ৰদান অসম চুক্তিৰ আত্মাৰ ওপৰত আঘাত আৰু অসমৰ জনসংখ্যাগত স্বভাৱক সংকটত পেলাব।

প্ৰতিবাদী বক্তাসকলে আহ্বান জনায় যে, বিদেশী চিহ্নিত যিকোনো ব্যক্তিক ধৰ্ম নির্বিশেষে অসম চুক্তি আৰু বিদ্যমান আইন অনুসৰি দেশৰ পৰা বহিষ্কাৰ কৰিব লাগিব। তেওঁলোকে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰি কয় যে, ইয়াৰ ফলত অসমবাসীৰ জীৱন-জীৱিকা, সংস্কৃতি আৰু ভাষাগত অধিকাৰ বিপন্ন হ’ব। লগতে কয় যে, যদি চৰকাৰে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে। তেন্তে আগন্তুক দিনত বৃহত্তৰ গণ-আন্দোলনৰ গঢ়ি তোলা হ’ব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,240FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
light rain
23.4 ° C
23.4 °
23.4 °
78%
9.6m/s
76%
Sun
24 °
Mon
30 °
Tue
32 °
Wed
31 °
Thu
25 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47

শেহতীয়া আপডেটঃ