Homeক্ৰীড়াঃ ক্ৰীড়াঃ ইউৰো কাপ ফুটবলৰ ফাইনেলত স্পেইনৰ ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত By Notun Somoy | Digital July 15, 2024 0 117 FacebookXPinterestWhatsApp - Advertisement - বাৰ্লিনত অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত স্পেইনে, ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি চতুর্থ ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। নিকো উইলিয়ামে স্পেইনৰ হৈ প্ৰথমটো গল দিয়ে। ইপিনে, ইংলেণ্ডৰ ক’ল পামৰে খেলৰ ৭৩ মিনিটত এটা গল দিয়ে। ইয়াৰ পাছতেই স্পেইনৰ মিকেল অয়াৰজাবলে খেলৰ ৮৬ মিনিটত দলৰ হৈ বিজয়সূচক গলটো দিয়ে। উল্লেখযোগ্য যে, ২০২০ চনৰ ইউৰো কাপৰ ফাইনেলত ইটালীৰ হাতত পৰাজিত হোৱা ইংলেণ্ড দ্বিতীয়বাৰৰ বাবে ফাইনেলত পৰাজয়ৰ সন্মুখীন হয়। - Advertisement - TagsEuro CupSpainSports Share FacebookXPinterestWhatsApp Previous articleপদ্মাৱতী দেৱী ফুকননী ছাত্ৰী নিৱাসৰ সতীৰ্থ সন্মিলন সম্পন্নNext articleড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা ৰাষ্ট্ৰপতি বাইডেনৰ Notun Somoy | Digitalhttps://notunsomoy.com গুৱাহাটীঃ গুৱাহাটীঃ পুৱতি নিশা ৩ বজালৈ বৈঠক কৰি পুৱাই জুবিন ক্ষেত্ৰলৈ গৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি প্ৰিয়ংকা গান্ধীৰ 00:08:27 ৰাজ্যঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল আজমল আই এ এছ একাডেমী 00:17:18 গুৱাহাটীঃ পদপথত ব্যৱসায় কৰি নৰেন ৰাজবংশীৰ সফল যাত্ৰা LEAVE A REPLY Cancel reply Comment: Please enter your comment! Name:* Please enter your name here Email:* You have entered an incorrect email address! Please enter your email address here Website: Save my name, email, and website in this browser for the next time I comment. Stay Connected26,923FansLike0FollowersFollow22,800SubscribersSubscribe - Advertisement - Assam broken clouds enter location 24 ° C 24 ° 24 ° 78 % 2.7kmh 61 % Thu 23 ° Fri 33 ° Sat 35 ° Sun 35 ° Mon 36 ° Click & Play Now YouTube- ভিডিঅ’ বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy03:12 প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy02:42 ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy03:42 মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy04:12 গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy02:10 ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy02:36 ১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy03:03 ১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy03:03 নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy02:40 ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy03:06 শেহতীয়া আপডেটঃ 00:04:12 ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ জীৱনশৈলীঃ ২৮-২৯ মাৰ্চত গুৱাহাটীত জয়ৰঙ্গম নাট্য উৎসৱ ৰাজনীতিঃ অসমীয়া জীয়ৰীয়ে কবিতা লিখিলে জেলত দিয়ে, আপত্তিজনক কথা কোৱা আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বিজেপি চৰকাৰেঃ গৌৰৱ গগৈ 00:03:33 ক্ৰীড়াঃ আই পি এলত ক’ৰ্পৰেটৰ বৃহৎ চমক 00:03:32 ৰাজনীতিঃ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত বিৰোধীৰ তিনি মহিলা প্ৰাৰ্থী Load more