‘দৈনিক অসম’ বাতৰি কাকতৰ ৬০ বছৰ

- Advertisement -
- Advertisement -
- Advertisement -

অসমৰ আগশাৰীৰ সংবাদপত্র দৈনিক অসম বাতৰি কাকতে ৪ আগষ্ট তাৰিখে ৬০ বছৰত পূৰ্ণ কৰিব৷ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই প্ৰতিষ্ঠা কৰা কাকতখনে বিগত ৬ দশকজুৰি ৰাজ্যৰ জাতীয় জনজীৱনত ৰাইজৰ ঘৰে ঘৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ‘দি আছাম ট্ৰিবিউন’ ইংৰাজী বাতৰি কাকতগোষ্ঠীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক বাতৰি কাকতখনে অসমীয়া ভাষা-সাহিত্যৰ দিশতো বিপুলভাবে বৰঙণি আগবঢ়াই আহিছে। The Assam Tribune - Retailer from Assam Tribune, Guwahati, India | Company  Profile

প্ৰাপ্ত খবৰ অনুসৰি ৪ আগষ্ট ২০২৪ৰ পৰা অহা বছৰৰ ৩ আগষ্ট পর্যন্ত বর্ণাঢ্য কাৰ্যসূচীৰে কাকতখনে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিব। দোওবাৰে দিনৰ ১০ বজাত আছাম ট্ৰিবিউন প্রতিষ্ঠান চৌহদত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হ’ব। বিয়লি উজানবজাৰৰ বিবেকানন্দ প্ৰেক্ষাগৃহত উদ্বোধনী সভাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,922FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
26.9 ° C
26.9 °
26.9 °
63 %
3.9kmh
100 %
Thu
25 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ