20 C
Guwahati
Monday, March 17, 2025

Buy now

‘দৈনিক অসম’ বাতৰি কাকতৰ ৬০ বছৰ

- Advertisement -
- Advertisement -
- Advertisement -

অসমৰ আগশাৰীৰ সংবাদপত্র দৈনিক অসম বাতৰি কাকতে ৪ আগষ্ট তাৰিখে ৬০ বছৰত পূৰ্ণ কৰিব৷ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই প্ৰতিষ্ঠা কৰা কাকতখনে বিগত ৬ দশকজুৰি ৰাজ্যৰ জাতীয় জনজীৱনত ৰাইজৰ ঘৰে ঘৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ‘দি আছাম ট্ৰিবিউন’ ইংৰাজী বাতৰি কাকতগোষ্ঠীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক বাতৰি কাকতখনে অসমীয়া ভাষা-সাহিত্যৰ দিশতো বিপুলভাবে বৰঙণি আগবঢ়াই আহিছে। The Assam Tribune - Retailer from Assam Tribune, Guwahati, India | Company  Profile

প্ৰাপ্ত খবৰ অনুসৰি ৪ আগষ্ট ২০২৪ৰ পৰা অহা বছৰৰ ৩ আগষ্ট পর্যন্ত বর্ণাঢ্য কাৰ্যসূচীৰে কাকতখনে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিব। দোওবাৰে দিনৰ ১০ বজাত আছাম ট্ৰিবিউন প্রতিষ্ঠান চৌহদত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হ’ব। বিয়লি উজানবজাৰৰ বিবেকানন্দ প্ৰেক্ষাগৃহত উদ্বোধনী সভাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,460FansLike
0FollowersFollow
22,300SubscribersSubscribe
- Advertisement -
Assam
clear sky
23.6 ° C
23.6 °
23.6 °
69 %
1.2kmh
0 %
Mon
37 °
Tue
38 °
Wed
37 °
Thu
37 °
Fri
39 °
Click & Play Now YouTube- ভিডিঅ’

শেহতীয়া আপডেটঃ