সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি এক ভ্ৰান্ত ধাৰণা

- Advertisement -
- Advertisement -
- Advertisement -

লিপি বিশেষজ্ঞ ভাস্কৰ বৰদলৈ

প্ৰাচীন অসমত এটা ভাষা পৰিয়াল আছিল ৷ তাৰ সংযোগী ভাষাটোৰ মান্যটোৱেই হৈছে আধুনিক অসমীয়া ভাষা৷ ই এই ভাষা পৰিয়ালটোৰ বসতি অঞ্চল বা অসমৰ বাবে অসমীয়া ভাষা এক যোগাযোগৰ মাধ্যম আছিল উজনি নামনি মধ্য অসম সকলোৰে কথিত ভাষাৰ শৈলী পৃথক যদিও সকলোৰে মান্য ভাষাৰ ৰূপটো হৈছে অসমীয়া ভাষা ৷বহুতে কয় সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে কিন্তু এয়া এক ভ্ৰান্ত ধাৰণা ৷ ইয়াৰ কোনো প্ৰত্নতাত্বিক সাক্ষ্য নাই ৷

প্ৰকৃততে সংস্কৃত কোনো ভাষা নহয় ৷ভাৰতৰ কোনো ভাষাই সংস্কৃতৰ পৰা জন্মা নাই ৷স্বয়ং ঋকবেদে কৈছে যে সংস্কৃত ভাষা নহয় প্ৰচলিত ভাষাৰ সংস্কাৰিত এক ৰূপহে ৷ প্ৰাচীন শিলালিপিসমূহ লিখা হৈছিল সৰ্বমান্য আৰু সাধাৰণ মানুহে লিখা – পঢ়া ভাষাত ৷সৰ্বসাধাৰণ মানুহে বুজিব পৰা ভাষাত শিলালিপিসমূহ লিখা হৈছিল৷ কিন্তু তাৎপৰ্যপূৰ্ণকথা যে অতীজৰ দিনত সংস্কৃত সৰ্বসাধাৰণ মানুহে অধ্যয়ন কৰা অথবা শুনাৰ ক্ষেত্ৰত বাধা আছিল ৷ তেনেস্থলত সংস্কৃত ভাষাত লিপিসমূহ ৰচনা কৰাটো এক অৰ্থহীন কথা ৷

এটা বাৰ্তা সৰ্বসাধাৰণৰ মাজলৈ কঢ়িয়াই লৈ যোৱাৰ অৰ্থে লিপি ৰচনা কৰা হৈছিল ৷বহুতে কয় অসমত লিপিসমূহ সংস্কৃত ভাষাত ৰচনা কৰা হৈছে ৷অধ্যয়নৰ পৰা বা তথ্যৰ ভিত্তিত দেখা পোৱা গৈছে যে আটাইতকৈ অধিক জনমুৰী ভাষা আছিল অসমত প্ৰাই ২১০ টা ৷ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে প্ৰাচীন অসমত এক ভাষাৰ পৰিয়াল আছিল ৷ কিন্তু অসমীয়া ভাষাৰ লিপিৰ যিমান অধ্যয়ন হ’ব লাগিছিল সিমান হোৱা দেখা পোৱা নাযায় ৷এইক্ষেত্ৰত কোনটো লিপি অধিক গ্ৰহণযোগ্য তাৰ ওপৰত নিৰ্ভৰ কৰি সকলোৱে ইয়াক অধ্যয়ন কৰা উচিত ৷ প্ৰাচীন দিনৰ পৰা শিলালিপি তাম্ৰলিপি প্ৰত্নলিপিৰ ব্যৱহাৰ হৈ আছে ৷ইয়াৰ ভিতৰত কোনটো লিপি অধিক গ্ৰহণযোগ্য তাক লৈ অসমীয়া লিপিৰ গবেষণা অধ্যয়নৰ প্ৰয়োজন আছে৷

প্ৰত্নলিপিৰ ভাষা আৰু প্ৰাচীন অসমৰ ভাষা পৰিয়ালটোৰ ভাষা অধ্যয়ন কৰিলেহে প্ৰাচীন অসমীয়া ভাষাৰ সঠিক গবেষণা সম্ভৱ৷

(যোৰহাট দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত ভাস্কৰ বৰদলৈয়ে আগবঢ়োৱা বক্তব্যৰ কিছু অংশ)

- Advertisement -

গুৱাহাটীঃ

Stay Connected

26,923FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
clear sky
22.4 ° C
22.4 °
22.4 °
86 %
2.5kmh
0 %
Thu
22 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ