ভাৰতীয় ক্ৰিকেট দলত অসমৰ উমা চেত্ৰী

- Advertisement -
- Advertisement -
- Advertisement -

● দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব বোকাখাতৰ সন্তানে
● উৎফুল্লিত অসমৰ ক্ৰিকেটপ্ৰেমী–অসম ক্ৰিকেট সংস্থা
● প্ৰথম বাৰলৈ জাতীয় ক্ৰিকেট দলত এগৰাকী অসম সন্তান

Uma Chetry cherishes India 'A' experience

অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে এটা বিশেষ সুখবৰ ! ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে অসমৰ প্ৰতিভাবান ক্ৰিকেটাৰ উমা চেত্ৰীয়ে।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিতব্য ক্ৰিকেট শৃংখলাত ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে বোকাখাতৰ সন্তান উমাই।

Assam's Uma Chetry who toiled in the fields with sickle set to wield the  willow for India | Uma Chetry is Assam's first woman cricketer to make it  to the national team

অহা ১৬ জুনৰপৰা ৯ জুলাইলৈ ভাৰতত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ক্ৰিকেট শৃংখলা। য’ত থাকিব এখন টেষ্ট মেচ,তিনিখন এদিনীয়া আৰু তিনিখন টি ২০ মেচ। লক্ষণীয়ভাৱে কেওটা ফৰমেটতে খেলাৰ দলত স্থান পাইছে বেটাৰ তথা উইকেটকীপাৰ উমা চেত্ৰীয়ে। ভাৰতীয় দলটোক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে।

Uma Chetry Profile - Cricket Player India | Stats, Records, Video

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আজিৰ দিনটো এটি স্মৰণীয় দিন হৈ ৰ’ব। কাৰণ উমাৰ ৰূপত প্ৰথম বাৰলৈ এগৰাকী অসম সন্তানে জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হ’ল। উমাৰ অন্তৰ্ভুক্তিক লৈ উৎফুল্লিত অসম ক্ৰিকেট সংস্থা। সংস্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদীপ কোঁৱৰে উমাক অভিনন্দন জ্ঞাপন কৰিছে।

Big achievement: Assam cricketer selected Uma Chetry selected to play for  Women's Indian Cricket Team | Northeast Live

ঘৰুৱা মাটিত উমাই কেনেদৰে প্ৰদৰ্শন কৰিব ? তালৈ এতিয়া অধীৰ অপেক্ষা অসমৰ ক্ৰিকেটপ্ৰেমীৰ।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ