30 C
Guwahati
Sunday, November 9, 2025

Buy now

নীটত অনিয়মৰ অভিযোগক লৈ বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

- Advertisement -
- Advertisement -
- Advertisement -

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটত অনিয়ম হোৱা বুলি উঠা অভিযোগক লৈ বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।

Parliament session 2024 live updates: Congress leader Rahul Gandhi urged for a discussion on NEET issue on Friday.

ইয়াৰ বিপৰীতে বিষয়টোক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে ৰাজ্যসভাৰ কাম-কাজ তিনিবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সাংসদসকলে বিষয়টো লৈ শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শ্ল’গান দিবলৈ ধৰে। কংগ্ৰেছ, ডি এম কে, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই কয় যে বিষয়টো চালি জাৰি চোৱাৰ বাবে এখন কমিটি গঠন কৰা হৈছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,809FansLike
0FollowersFollow
22,700SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
26.4 ° C
26.4 °
26.4 °
73 %
0.3kmh
39 %
Sun
27 °
Mon
27 °
Tue
27 °
Wed
26 °
Thu
26 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বিশ্ব বাঁহ দিৱস পালন || #notun_somoy
07:12
Video thumbnail
চেপন-চূণপোৰা পথৰ দিচাং নদীৰ ওপৰত থকা নঙলামৰা দলঙৰ দুৰৱস্থা || #notun_somoy
03:57
Video thumbnail
জেন-জিৰ প্ৰতিবাদত কঁপিছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল || #notun_somoy
05:21
Video thumbnail
● লাকুৱা আৰক্ষীৰ জালত মুন্নাভাই MBBS || #notun_somoy
02:15
Video thumbnail
শিৱসাগৰত পেট্ৰল পাম্পৰ বিৰুদ্ধে জালিয়তিৰ অভিযোগ || #notun_somoy
03:10
Video thumbnail
আই এ এছ বিষয়া আৱনীশ শৰণৰ অধ্যৱসায়ৰ এক প্ৰেৰণাদায়ক কাহিনী || #notun_somoy
03:08
Video thumbnail
ইছলামসকল ভাৰতৰ অবিচ্ছেদ্য অংগ || #notun_somoy
02:51
Video thumbnail
ইউ পি এছ চিয়ে ঘোষণা কৰিলে এন ডি এ, এন এ পৰীক্ষাৰ তাৰিখ || #notun_somoy
03:06
Video thumbnail
প্ৰদূষণ ৰোধৰ বাবে ২০ বছৰতকৈ অধিক পুৰণি বাহনৰ নবীকৰণ মাচুল দুগুণলৈ বৃদ্ধি || #notun_somoy
02:37
Video thumbnail
এন চি আৰ বিৰ প্ৰতিবেদন, প্ৰতিবেদনত উল্লেখ সৰ্বাধিক অপৰাধ সংঘটিত হোৱা ৰাজ্যৰ তালিকা || #notun_somoy
04:05

শেহতীয়া আপডেটঃ