ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটঃ

- Advertisement -
  • ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰে৷
  • ২০২৪-২৫ বৰ্ষৰ বাজেটৰ মুঠ ব্যয় ১ লাখ ৪১ হাজাৰ ৫২৯ কোটি টকা ধাৰ্য কৰা হৈছে।
  • বাজেটত ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয়ৰ বিভিন্ন আঁচনি আৰু সাহায্যসমূহ এনেধৰণৰঃ
  • ৪.৩ লাখ ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি৷
  • ১০ মাহৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰীলৈ ১,০০০ টকা, স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীলৈ ১,২৫০ টকা, বি.এডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীলৈ ২,৫০০ টকা৷
  • ১ জানুৱাৰী ২০০৬ বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানক প্ৰাদেশিকীকৰণ কৰা হ’ব৷
  • চৰকাৰী বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পৰা ২০২৫ চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে মাহে ২৫০০ টকা প্ৰদান কৰা হ’ব৷
  • ৬.৮ লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে ৫,০০০ টকা আগবঢ়োৱা হ’ব৷ ১০০০ যুৱ লেখকলৈ ২৫,০০০ টকাকৈ বিত্তীয় সমৰ্থন আগবঢ়োৱা হ’ব৷
  • চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে ১,০০০ টকাকৈ এককালীন অনুদান৷
  • ২০২৫-২৬ বৰ্ষত অসম চৰকাৰে অসমৰ চৰ অঞ্চলৰ জৰীপ কৰিব৷
  • কৰ্কট চিকিৎসাৰ বাবে দেশৰ ভিতৰতে তৃতীয়টো প্ৰ’টন থেৰাপী কেন্দ্ৰ গুৱাহাটীত স্থাপন কৰিব
  • কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি
  • চৰকাৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত ৯খন মহিলা মহাবিদ্যালয় আৰু ২১ খন আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰিব
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ