অসমৰ ২ খন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ আনুষ্ঠানিক জাননী জাৰি
অহা ১৯ জুনত নিৰ্বাচন অনুষ্ঠিত হ’ব।
ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ ৬ বছৰীয়া কাৰ্যকালৰ ম্যাদ অহা ১৪ জুনত অন্ত পৰিব।
১৯ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত অসমৰ দুখন আসনৰ লগতে তামিলনাডুৰ ৬ খন আসনৰ বাবেও নির্বাচন অনুষ্ঠিত হ’ব।











