18 C
Guwahati
Thursday, February 19, 2026

Buy now

নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ ৰাজ্যপাল হিচাপে মঙলবাৰে শপতগ্ৰহণ

- Advertisement -
- Advertisement -
- Advertisement -

অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই কাইলৈ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপত বাক্য পাঠ কৰোৱাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মঙলবাৰে দুপৰীয়া শপতগ্রহণ অনুষ্ঠান অনুস্থিত হ’ব। শপতগ্ৰহণ কৰিবলগীয়া লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্রসাদ আচাৰ্যই পূৰ্বে ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে বৰ্তমানৰ ৰাজ্যৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে। সেই অনুসৰি প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে অসমসহ ৯ খন ৰাজ্যৰ ৰাজ্যপাল নতুনকৈ নিযুক্তি তথা সালসলনি ঘটোৱা হৈছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,655FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
16.4 ° C
16.4 °
16.4 °
33 %
0.6kmh
60 %
Thu
16 °
Fri
33 °
Sat
33 °
Sun
32 °
Mon
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
AI বিপ্লৱক সাধাৰণ মানুহৰ ওচৰলৈ নিয়াৰ পণ কেন্দ্ৰৰ | INDIA'S AI Revolution | #notun_somoy
04:11
Video thumbnail
গাখীৰৰ নামত বজাৰত বিক্ৰী হৈছে ‘শ্ল-পয়জন’ || #notun_somoy
03:35
Video thumbnail
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল আজমল আই এ এছ একাডেমী || #notun_somoy
08:27
Video thumbnail
নেতাৰ দল ত্যাগক লৈ ব্যস্ত সকলো || #notun_somoy
02:32
Video thumbnail
জিম্বাবোৱেৰ হাতত পৰস্ত হৈ টুৰ্ণামেন্টৰ পৰা বাহিৰ অষ্ট্ৰেলিয়া | T-20 WC Australia Out | #notun_somoy
02:43
Video thumbnail
জে ই ই (মেইন) ২০২৬ৰ ফাৰ্ষ্ট চেচনৰ ফলাফল ঘোষণা | JEE Main Exam-26 Result Out | #notun_somoy
03:28
Video thumbnail
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত || #notun_somoy
02:54
Video thumbnail
হাৰ্ট এটেক হঠাতে নাহে || #notun_somoy
03:32
Video thumbnail
লাডাখত গঢ়ি উঠিব মহাকাশ গৱেষণাৰ বিশ্বমানৰ কেন্দ্ৰ | New Telescope in Ladakh || #notun_somoy
03:15
Video thumbnail
বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠানক প্ৰত্যাহ্বান ভাৰতত নিৰ্মিত 'সৰ্বম এআই'ৰ |Sarvam|| #notun_somoy
02:54

শেহতীয়া আপডেটঃ