24.7 C
Guwahati
Friday, May 16, 2025

Buy now

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাছুল বৃদ্ধি

- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাছুল সামান্য বাঢ়িছে বুলি অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰকাশ কৰিছে। বিগত ৬ মাহ ধৰি সমগ্ৰ বিষয়টো এখন সমিতিয়ে পর্যালোচনা কৰাৰ লগতে বজাৰৰ মূল্য পৰীক্ষা কৰি যুক্তিসংগতভাৱে বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি কৰিছে বুলি অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। যিসকল লোকে মাছুলৰ খৰছ বহন কৰিব নোৱাৰে তেওঁলোকে কৰ্তৃপক্ষক অৱগত কৰিলে মাছুল বিনামূলীয়া কৰি দিব বুলিও অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই উল্লেখ কৰে৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,496FansLike
0FollowersFollow
22,300SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
22.2 ° C
22.2 °
22.2 °
95 %
3.7kmh
100 %
Fri
36 °
Sat
30 °
Sun
35 °
Mon
36 °
Tue
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
এজাক মূষলধাৰ বৰষুণতে যেতিয়া উটি যায় আভিজাত্য কিম্বা তথাকথিত উন্নয়নৰ ফুলজাৰি ! || #notun_somoy
00:50
Video thumbnail
নাজিৰা বিহুবৰত অব্যাহত অবৈধ শিল খনন || #notun_somoy
01:49
Video thumbnail
অপাৰেচন সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দ্যেশি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ || #notun_somoy
22:31
Video thumbnail
অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত প্ৰস্তুতিমূলক অনুশীলন অৰ্থাৎ মকড্ৰিলৰ কিছু মুহুৰ্ত || #notun_somoy
01:53
Video thumbnail
শিৱসাগৰ জিলা খণ্ড বন বিভাগৰ অজ্ঞাতে চোৰাং কাঠৰ সৰবৰাহ || #notun_somoy
00:51
Video thumbnail
লাখুটি লৈ আহি ডিমৌত ৮০ বছৰীয়া আইতাৰ ভোটদান || #notun_somoy
01:46
Video thumbnail
‘ইতিহাসৰ পাত লুটিয়াই’ || EP_21 || - আহোম সাম্ৰাজ্যৰ ৰাজধানী বহু কেইবাৰ স্থানান্তৰিত হৈছিল
03:33
Video thumbnail
১১ বছৰ ধৰি মেট্ৰিকত ঈৰ্ষণীয় সফলতা ‘নিউ লুক একাডেমী’ৰ || #notun_somoy
06:32
Video thumbnail
বিজেপিয়ে বিকাশৰ ৰাজনীতি আনে আৰু কংগ্ৰেছে বিনাশৰ ৰাজনীতি আনে: দিলীপ শইকীয়া || #notun_somoy
05:06
Video thumbnail
পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰোধী ধ্বনিৰে শিৱসাগৰত প্ৰতিবাদ || #notun_somoy
02:56

শেহতীয়া আপডেটঃ