13 C
Guwahati
Sunday, January 26, 2025

Buy now

তিনিখনীয়া এদিনীয়া ক্রিকেটত ৩৬ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৩৬ ৰাণ সংগ্ৰহ শ্রীলংকাৰ

- Advertisement -
- Advertisement -
- Advertisement -

ভাৰত আৰু শ্রীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। টছত জিকি শ্রীলংকাই প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৩৬ অভাৰত ৬টা উইকেট হেৰুৱাই ১৩৬ ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। শৃংখলাৰ প্ৰথমখন খেল ৰোমান্সকৰভাৱে ড্ৰ’ হোৱাৰ পাছত দুয়োটা দলেই আজিৰ খেলখনত জয়ী হোৱাৰ বাবে আপ্রাণ চেষ্টা চলাব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,390FansLike
0FollowersFollow
22,200SubscribersSubscribe
- Advertisement -
Assam
clear sky
12.4 ° C
12.4 °
12.4 °
75 %
1kmh
0 %
Sun
26 °
Mon
27 °
Tue
27 °
Wed
26 °
Thu
25 °

শেহতীয়া আপডেটঃ