ভাল খবৰ

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

*  বড়ো সাহিত্য সভা (Bodo Sahitya Sabha)ৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমীৰ বড়ো এডভাইছৰী ব’ৰ্ডৰ আহ্বায়ক  বিশিষ্ট চিন্তাবিদ তৰেণ বড়োৱে লাভ কৰিছে ৰাষ্ট্ৰীয় সন্মান৷ জনজাতীয় সমাজৰ ভাষা- সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ‘ছেণ্ট ঈশ্বৰ ফাউণ্ডেচন’ৰ ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে তৰেণ বড়ো৷ বিশিষ্ট লেখক বড়োৱে ইতিমধ্যে ১৪ খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰিছে । ইতিমধ্যে আন বহুকেইটা বটাৰে সন্মানিত হৈছে সাহিত্যিকগৰাকী৷

* দেশত জিলিকি উঠিল শুৱালকুছিৰ মুগা আৰু পাট (Suwalkuchi Pat and Muga Cloth) কাপোৰৰ ডিজাইন৷ চেন্ট্ৰেল ছিল্ক ব’ৰ্ড অব্ ইণ্ডিয়াৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত প্ৰতিযোগিতাত শুৱালকুছিৰ ছয়নিকা ছিল্ক চেন্টাৰৰ স্বত্বাধিকাৰী তিনি ভাতৃ ক্ৰমে কুশল মেধি  বিমল মেধি আৰু প্ৰণৱ মেধিয়ে শ্ৰেষ্ঠ ডিজাইনৰ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৷ উচ্চ শিক্ষিত পৰিয়ালটোৰ চাৰিজন ভাতৃ তাঁতশিল্পৰ লগত জড়িত ৷

*  কাজিৰঙাত (Kaziranga) মুকলি হ’ল এটা আন্তৰ্জাতিক মানৰ সংগ্ৰহালয় ৷ পিকলু ডেকাই পুৰণি গাড়ীসহ বহুমূলীয়া সম্পদৰ সংগ্ৰহালয় ‘ট্ৰেজাৰ্ড হুইলছ’ মুকলি কৰিছে৷ সংগ্ৰহালয়টোত দৰ্শনাৰ্থীৰসকলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ট্ৰাক, জীপ আদি অৰ্ধশতাধিক পুৰণি গাড়ী, ৭০ খন মান বাইক, ৩৫ খন চাইকেল, পুৰণি গ্ৰেণ্ড পিয়ানো, ১০০ বছৰ পুৰণি কুঠাৰ, ৰেডিঅ’, ফ্ৰীজ আদি প্ৰত্যক্ষ কৰিব পাৰিব৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ