28.9 C
Guwahati
Thursday, May 15, 2025

Buy now

ভাল খবৰ

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

*  বড়ো সাহিত্য সভা (Bodo Sahitya Sabha)ৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমীৰ বড়ো এডভাইছৰী ব’ৰ্ডৰ আহ্বায়ক  বিশিষ্ট চিন্তাবিদ তৰেণ বড়োৱে লাভ কৰিছে ৰাষ্ট্ৰীয় সন্মান৷ জনজাতীয় সমাজৰ ভাষা- সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ‘ছেণ্ট ঈশ্বৰ ফাউণ্ডেচন’ৰ ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে তৰেণ বড়ো৷ বিশিষ্ট লেখক বড়োৱে ইতিমধ্যে ১৪ খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰিছে । ইতিমধ্যে আন বহুকেইটা বটাৰে সন্মানিত হৈছে সাহিত্যিকগৰাকী৷

* দেশত জিলিকি উঠিল শুৱালকুছিৰ মুগা আৰু পাট (Suwalkuchi Pat and Muga Cloth) কাপোৰৰ ডিজাইন৷ চেন্ট্ৰেল ছিল্ক ব’ৰ্ড অব্ ইণ্ডিয়াৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত প্ৰতিযোগিতাত শুৱালকুছিৰ ছয়নিকা ছিল্ক চেন্টাৰৰ স্বত্বাধিকাৰী তিনি ভাতৃ ক্ৰমে কুশল মেধি  বিমল মেধি আৰু প্ৰণৱ মেধিয়ে শ্ৰেষ্ঠ ডিজাইনৰ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৷ উচ্চ শিক্ষিত পৰিয়ালটোৰ চাৰিজন ভাতৃ তাঁতশিল্পৰ লগত জড়িত ৷

*  কাজিৰঙাত (Kaziranga) মুকলি হ’ল এটা আন্তৰ্জাতিক মানৰ সংগ্ৰহালয় ৷ পিকলু ডেকাই পুৰণি গাড়ীসহ বহুমূলীয়া সম্পদৰ সংগ্ৰহালয় ‘ট্ৰেজাৰ্ড হুইলছ’ মুকলি কৰিছে৷ সংগ্ৰহালয়টোত দৰ্শনাৰ্থীৰসকলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ট্ৰাক, জীপ আদি অৰ্ধশতাধিক পুৰণি গাড়ী, ৭০ খন মান বাইক, ৩৫ খন চাইকেল, পুৰণি গ্ৰেণ্ড পিয়ানো, ১০০ বছৰ পুৰণি কুঠাৰ, ৰেডিঅ’, ফ্ৰীজ আদি প্ৰত্যক্ষ কৰিব পাৰিব৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,496FansLike
0FollowersFollow
22,300SubscribersSubscribe
- Advertisement -
Assam
clear sky
25.6 ° C
25.6 °
25.6 °
78 %
1.4kmh
10 %
Thu
37 °
Fri
37 °
Sat
27 °
Sun
33 °
Mon
32 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
এজাক মূষলধাৰ বৰষুণতে যেতিয়া উটি যায় আভিজাত্য কিম্বা তথাকথিত উন্নয়নৰ ফুলজাৰি ! || #notun_somoy
00:50
Video thumbnail
নাজিৰা বিহুবৰত অব্যাহত অবৈধ শিল খনন || #notun_somoy
01:49
Video thumbnail
অপাৰেচন সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দ্যেশি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ || #notun_somoy
22:31
Video thumbnail
অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত প্ৰস্তুতিমূলক অনুশীলন অৰ্থাৎ মকড্ৰিলৰ কিছু মুহুৰ্ত || #notun_somoy
01:53
Video thumbnail
শিৱসাগৰ জিলা খণ্ড বন বিভাগৰ অজ্ঞাতে চোৰাং কাঠৰ সৰবৰাহ || #notun_somoy
00:51
Video thumbnail
লাখুটি লৈ আহি ডিমৌত ৮০ বছৰীয়া আইতাৰ ভোটদান || #notun_somoy
01:46
Video thumbnail
‘ইতিহাসৰ পাত লুটিয়াই’ || EP_21 || - আহোম সাম্ৰাজ্যৰ ৰাজধানী বহু কেইবাৰ স্থানান্তৰিত হৈছিল
03:33
Video thumbnail
১১ বছৰ ধৰি মেট্ৰিকত ঈৰ্ষণীয় সফলতা ‘নিউ লুক একাডেমী’ৰ || #notun_somoy
06:32
Video thumbnail
বিজেপিয়ে বিকাশৰ ৰাজনীতি আনে আৰু কংগ্ৰেছে বিনাশৰ ৰাজনীতি আনে: দিলীপ শইকীয়া || #notun_somoy
05:06
Video thumbnail
পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰোধী ধ্বনিৰে শিৱসাগৰত প্ৰতিবাদ || #notun_somoy
02:56

শেহতীয়া আপডেটঃ