বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণৰ ঘটনাক গৰিহণা মহম্মদ ইউনুছৰ

- Advertisement -
- Advertisement -
- Advertisement -

Bangladesh student leaders order 48-hour halt to protests over death toll:  'so much blood' | South China Morning Post

শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পাছত বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতা মহম্মদ ইউনুছে গৰিহণা দিছে।

Bangladesh News: Sheikh Hasina meets NSA Doval, PM Modi chairs meet; curfew  in THESE Indian states: All you need to know | Today News

ঘটনাবোৰ জঘন্য বুলি অভিহিত কৰি নবেল বঁটা বিজয়ী ইউনুছে প্রতিবাদত জড়িত থকা ছাত্ৰসকলক দেশখনত বাস কৰা হিন্দু, খ্রীষ্টান আৰু বৌদ্ধ পৰিয়ালসমূহক সুৰক্ষিতভাবে ৰাখিবলৈ আহ্বান জনায়।

Bangladesh Unrest Highlights News Updates: Bangladesh announces a  nationwide curfew and deploys military as deadly unrest over government  jobs escalates - The Economic Times

ইফালে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ’ গুটেৰেছৰ উপ মুখপাত্র ফাৰহান হকেও দেশখনত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ জাতি-ধৰ্ম বা যিকোনো বৈষম্যৰ ভিত্তিত হিংসাৰ বিৰোধিতা কৰে। হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলক সহায় কৰিবলৈ ৰাষ্ট্ৰসংঘ সাজু হৈ থকা বুলিও উল্লেখ কৰে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ