থোৰতে ষ্টিফেন হকিং

- Advertisement -
সম্পূৰ্ণ নামঃ ষ্টিফেন উইলিমাছ হকিং
জন্মঃ ৮ জানুৱাৰী, ১৯৪২
অক্সফোৰ্ড, ইংলেণ্ড
মৃত্যুঃ ১৪ মাৰ্চ, ২০১৮ [বয়স ৭৬]
কেম্‌ব্ৰিজ, ইংলেণ্ড
সমাধি স্থানঃ ৱেষ্টমিনিষ্টাৰ এব্বে
স্কুলীয়া শিক্ষাঃ ছেণ্ট এলবেনছ স্কুল, হাৰ্টফ’ৰ্ডশ্বায়াৰ
উচ্ছ শিক্ষাঃ অক্সফোৰ্ড বিশ্ববিদ্যালয় [স্নাতক]
  কেম্‌ব্ৰিজ বিশ্ববিদ্যালয় [স্নাতকোত্তৰ, পি এইচ ডি]
How the new film about Stephen Hawking's life has split his family: It was  the glitziest of premières. So why did his two sisters and one ex-wife  boycott it? | Daily Mail
File Photo : How the new film about Stephen Hawking’s life has split his family: It was the glitziest of premières. So why did his two sisters and one ex-wife boycott it? | Daily Mail
পৰিচিতিঃ হকিং ৰেডিয়েচন
এ ব্ৰিফ হিষ্ট্ৰী অব্‌ টাইম
পেনৰ’জ– হকিং থিয়’ৰেমছ
বেকেনষ্টেইন– হকিং ফৰ্মূলা
হকিং এনাৰ্জী
গিবনজ– হকিং এনছাট্‌জ
গিবনজ– হকিং এফেক্ট
গিবনছ– হকিং স্পেচ
গিবনজ– হকিং- য়ৰ্ক বাউণ্ডেৰী টাৰ্ম
গিবনজ– হকিং-প্ৰেস্কিল বেট
পত্নীঃ জেন উইল্ড [বিবাহ ১৯৬৫, বিচ্ছেদ ১৯৯৫]
এলিনি মেছন [বিবাহ ১৯৯৫, বিচ্ছেদ ২০০৬]
সন্তানঃ লুচি হকিঙৰ সৈতে তিনিটা
Lucy Hawking
Lucy Hawking
বঁটাঃ আডামছ বঁটা [১৯৬৬] 
এডিংটন মেডেল [১৯৭৫]
মেক্সৱেল মেডেল আৰু বঁটা [১৯৭৬]
হেইনমেন বঁটা [১৯৭৬]
হাগেছ মেডেল [১৯৭৬]
এলবাৰ্ট আইনষ্টাইন বঁটা [১৯৭৮]
আৰ এ এছ গ’ল্ড মেডেল [১৯৮৫]
ডিৰাক মেডেল [১৯৮৭]
উল্‌ফ বঁটা [১৯৮৮]
প্ৰিন্স অব্‌ অষ্ট্ৰেৰিয়াছ বঁটা [১৯৮৯]
এণ্ড্ৰিউ গিমাণ্ট বঁটা [১৯৯৮]
নাইলোৰ বঁটা আৰু লেক্‌চাৰশ্বিপ [১৯৯৯]
লেলিনফিল্ড বঁটা [১৯৯৯]
এলবাৰ্ট মেডেল [১৯৯৯]
ক’পলে মেডেল [২০০৬]
প্ৰেচিডেন্সিয়েল মেডেল অব্‌ ফ্ৰিডম [২০০৯]
ব্ৰেক্‌থ্ৰ’ প্ৰাইজ ইন ফাণ্ডামেণ্টল ফিজিক্স [২০১২]
বিবিভিএ ফাউণ্ডেচন ফ্ৰণ্টিয়াৰ্ছ অব্‌ ন’লেজ বঁটা [২০১৫]
The 4 Scientific Lessons Stephen Hawking Never Learned
ক্ষেত্ৰঃ সাধাৰণ আপেক্ষিকতাবাদ
কোৱাণ্টাম মহাকৰ্ষণ
প্ৰতিষ্ঠানসমূহঃ গনভিলি এণ্ড কেইয়াছ কলেজ, কেম্‌ব্ৰিজ
কেলিফ’ৰ্ণিয়া ইনষ্টিটিউট অব্‌ টেক্‌ন’লজী
পেৰিমিটাৰ ইনষ্টিটিউট ফৰ থিয়’ৰিটিকেল ফিজিক্স
গৱেষণা-পত্ৰঃ প্ৰ’পাৰটিজ অব্‌ এক্সপাণ্ডিং ইউনিভাৰ্ছ [১৯৬৬]
- Advertisement -

গুৱাহাটীঃ

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ