স্বদেশ সংবাদ

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

● উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে বিশ্ব পৰ্যটন দিৱসত শান্তি আৰু বিশ্ব সংযোগ গঢ়ি তোলাত পৰ্যটনৰ ভূমিকাক আলোকপাত কৰে, সংঘাতে বিশ্বজুৰি ব্যাঘাত জন্মায় বুলি মন্তব্য কৰে। পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে ভাৰতৰ সৰ্বাংগীন পৰ্যটন উন্নয়নৰ বাবে আগন্তুক পদক্ষেপৰ কথা ঘোষণা কৰে।

● পৰ্যটন মন্ত্ৰালয়ে বিশ্ব পৰ্যটন দিৱসত ‘পৰ্যটন মিত্ৰ’ আৰু ‘পৰ্যটন দিদী’ পদক্ষেপ আৰম্ভ কৰে, ভ্ৰমণ অভিজ্ঞতা বৃদ্ধিৰ বাবে মহিলা আৰু যুৱক-যুৱতীসকলক পৰ্যটকৰ অনুকূল ‘টুৰিষ্ট গাইড’ হিচাপে প্ৰশিক্ষণ দিয়াত গুৰুত্ব আৰোপ কৰে।

● বিশ্ব পৰ্যটন দিৱসত নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত অনন্য সাংস্কৃতিক ঐতিহ্যৰ বাবে মণিপুৰৰ এণ্ড্ৰ’ গাঁওখনক ২০২৪ চনৰ শ্ৰেষ্ঠ ঐতিহ্য পৰ্যটন গাঁও হিচাপে সন্মানিত কৰা হৈছে।

● ২০ খনতকৈও অধিক ৰাজ্যৰ দিব্যাং শিপিনীৰ কাৰুকাৰ্য্য আৰু উদ্যোগী মনোভাৱক উদযাপন কৰিবলৈ পুনেত আৰম্ভ হৈছে ‘২০ তম দিব্য কলা মেলা’। জৈৱিক খাদ্য, হস্ততাঁত, আৰু এম্ব্ৰয়ডাৰীকে ধৰি বিভিন্ন ধৰণৰ প্ৰদৰ্শনীৰে আৰম্ভ হোৱা এই মেলা অহা ৬ অক্টোবৰত সামৰণি পৰিব।

● নতুন দিল্লীত ভাৰত-ম্যানমাৰ যুটীয়া বাণিজ্য সমিতিৰ অষ্টম বৈঠকত জাহাজ, বস্ত্ৰশিল্প, আৰু স্বাস্থ্যৰ দৰে মূল খণ্ডত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, লগতে দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে ‘টকা-কিয়াট’ বাণিজ্য নিষ্পত্তি ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

● নতুন দিল্লীত জলবায়ু-স্থিতিস্থাপক স্বাস্থ্য ব্যৱস্থা সৃষ্টিৰ ওপৰত মূল আলোচনাৰে আৰম্ভ হোৱা ‘জলবায়ু আৰু স্বাস্থ্য সমাধান ভাৰত সন্মিলনৰ’ সামৰণি পৰে । এই সন্মিলনত নীতি নিৰ্ধাৰক আৰু বিশেষজ্ঞসকলে জলবায়ু পৰিৱৰ্তন আৰু জনস্বাস্থ্যৰ সৈতে মোকাবিলা কৰিবলৈ কাৰ্য্যকৰী সমাধানৰ কৌশল তৈয়াৰ কৰে।

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰৰ মোডীয়ে কয় যে , ‘গ্ল’বেল ইন’ভেচন ইনডেক্স-২০২৪’ত ভাৰতে ৩৯ নম্বৰ স্থানলৈ উন্নীত হৈছে। পূৰ্বৰ ২০১৫ চনৰ ৮১ নং স্থানৰ পৰা এইয়া যথেষ্ট উত্থান ঘটিছে বুলি প্ৰধান মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

● কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাধৱে ঘোষণা কৰে যে ২৯ অক্টোবৰত উদযাপন হ’বলগীয়া নৱম আয়ুৰ্বেদ দিৱসৰ বিষয়বস্তু হৈছে ‘গোলকীয় স্বাস্থ্যৰ উদ্ভাৱনত বাবে আয়ুৰ্বেদ’ । এই বিষয়বস্তুৱে উদ্ভাৱনী পদ্ধতিৰ জৰিয়তে বিশ্ব স্বাস্থ্য বৃদ্ধিৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ ভূমিকাক উজ্জ্বলাই তুলিব।

● হায়দৰাবাদত নালছাৰ আইন বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা, সংস্কৃতি, আৰু খাদ্যাভাসৰ বৈচিত্ৰ্য উদযাপন কৰিবলৈ ছেকেণ্ডৰাবাদত আঠদিনীয়া ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ