ৰাজনীতিৰ ইটো-সিটো

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

● জম্মু-কাশ্মীৰৰ তৃতীয় আৰু অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ অন্ত পৰিল, ১ অক্টোবৰত ৪০টা সমষ্টিৰ ৪১৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩৯ লাখৰো অধিক ভোটাৰে।

● হাৰিয়ানাত কংগ্ৰেছৰ ‘বিজয় সংকল্প ৰেলী’ৰ সময়ত ৰাহুল গান্ধীয়ে কংগ্ৰেছ নিৰ্বাচিত হ’লে মহিলাক বিনামূলীয়া বিদ্যুৎ আৰু পেঞ্চন দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নিবনুৱা সমস্যা আৰু ‘এম এছ পি’ বিষয়ক লৈ বিজেপিক সমালোচনা কৰে।

● হিছাৰত অনুষ্ঠিত ‘জন আশীৰ্বাদ ৰেলী’ত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক কৃষকক ভোট বেংক হিচাপে চোৱা বুলি সমালোচনা কৰি বিজেপিয়েহে তেওঁলোকৰ সমস্যা সঁচা অৰ্থত সমাধান কৰি আছে বুলি দৃঢ়তাৰে কয় । কংগ্ৰেছে ভুৱা প্ৰতিশ্ৰুতি দিয়া আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বিশ্বাসযোগ্যতাক ক্ষতিগ্ৰস্ত কৰা বুলি অভিযোগ উত্থাপন কৰি সমালোচনা কৰে।

● হাৰিয়ানাৰ কুৰুক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্য উন্নয়নৰ প্ৰতি বিজেপিৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমৰ্থন সংগ্ৰহ কৰাৰ বিপৰীতে কংগ্ৰেছ নেতা ভূপিন্দৰ হুদা আৰু কুমাৰী চেলজাই অঞ্চলটোত তীব্ৰ প্ৰচাৰ অভিযান চলাইছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,258FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
23.4 ° C
23.4 °
23.4 °
93%
0.1m/s
68%
Thu
23 °
Fri
32 °
Sat
28 °
Sun
28 °
Mon
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ