SKP প্ৰাইভেট লিমিটেড বিৰুদ্ধে শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

- Advertisement -
- Advertisement -
- Advertisement -

নিশা ভটীয়াপাৰত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিপদৰ ঘণ্টা বাজিছে শিৱসাগৰত৷ শিৱসাগৰৰ ভটীয়াপাৰত সোমবাৰে মাজ নিশা উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ নিশা মুখ্যমন্ত্ৰী ভটীয়াপাৰত উপস্থিত হোৱাৰ পাছতে আজি বীৰ লাচিত সেনাই ঘেৰাও কৰে SKP প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়৷ বিভিন্ন অভিযোগ আছে এই SKP প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে৷

শেহতীয়াকৈ সংঘটিত হোৱা ভটীয়াপাৰৰ গেছ বিষ্ফোৰণৰ ৰীগটো আছিল SKP প্ৰাইভেট লিমিটেডৰ৷ ইয়াৰ উপৰিও SKP প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে ২০২২ চনত কৰ্মৰত অৱস্থাত ৰহস্যজনক ভাৱে বিশ্ব হাজৰিকা নামৰ এজন লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত কৰিছে তেওঁৰ পুত্ৰ ঋতুৰাজ হাজৰিকাই৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ