২৫ মিটাৰ এয়াৰ পিষ্টল শিতানত ফাইনেলত প্ৰৱেশ মনু ভাকৰ 

- Advertisement -
- Advertisement -
- Advertisement -

♦ পেৰিছ অলিম্পিকত আজি ভাৰতৰ অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা আৰ্চাৰীৰ দলীয় মিক্সড শিতানত ব্রঞ্জ পদকৰ খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত পৰাজিত হয়। পুৰুষৰ হকীত ভাৰতীয় দলে গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-২ গলৰ ব্যৱধানত বিজয়ী হয়। ইপিনে, শ্বুটিঙত ২টা অলিম্পিক পদক বিজেতা মনু ভাকৰে ২৫ মিটাৰ এয়াৰ পিষ্টল শিতানত ফাইনেলত প্ৰৱেশ কৰে। গ’ল্ফত শুভংকৰ শৰ্মা আৰু গগনজিৎ ভাল্লাৰৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে। আনহাতে ৰ’য়িঙত ভাৰতৰ একমাত্ৰ প্ৰতিনিধি বলৰাজ পানৱাৰে পুৰুষৰ একক স্কালছ শিতানত আজি ফাইনেলত অৱতীৰ্ণ হৈছে। ইপিনে, বেডমিণ্টনত ভাৰতৰ লক্ষ্য সেনে আজি চিনা টাইপেৰ ছৌ টিয়েনচেনৰ বিৰুদ্ধে পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হৈছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,926FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
34.7 ° C
34.7 °
34.7 °
36 %
3kmh
99 %
Sat
33 °
Sun
35 °
Mon
34 °
Tue
32 °
Wed
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
দেশৰ শ্ৰেষ্ঠ মগজুসমূহক ধৰি ৰখাত কিয় ব্যৰ্থ হৈছে ভাৰত ? | Indian's best intellect | #notun_somoy
03:28
Video thumbnail
আত্মনিৰ্ভৰশীল ভাৰতৰ চমক
03:02
Video thumbnail
ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা ৰাঘৱ চাড্ডাক অপসাৰণ | Raghav Chaddha | #notun_somoy
03:32
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03

শেহতীয়া আপডেটঃ