স্বদেশ সংবাদ

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

● একাধিক ৰাজ্যত হোৱা প্ৰচণ্ড বানপানী আৰু ভূমিস্খলনৰ পিছত কেন্দ্ৰই বানপীড়িত ৰাজ্য ক্ৰমে গুজৰাট, মণিপুৰ, আৰু ত্ৰিপুৰাৰ বাবে এন ডি আৰ এফৰ পৰা ৬৭৫ কোটি টকাৰ অনুমোদন জনাইছে। কেৱল গুজৰাটৰ বাবে ৬০০ কোটি টকাৰ অনুমোদন জনাইছে।

● কালিৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া ভাৰত ভ্ৰমণৰ অংশ হিচাপে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এণ্ড্ৰু হলনেছে আজি ৰাজঘাট ভ্ৰমণ কৰে ।

● আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হোলনেছৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব, য’ত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

● উত্তৰাখণ্ডত ভাৰত-কাজাখস্তান যুটীয়া সামৰিক অনুশীলন KAZIND-2024 ৰ অষ্টম সংস্কৰণ আৰম্ভ হৈছে, য’ত দুয়োখন ৰাষ্ট্ৰৰ মাজত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু সামৰিক আন্তঃকাৰ্য্যক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হব।

● ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি আগষ্ট মাহত কৃষি আৰু আনুষংগিক কাৰ্য্যকলাপৰ ঋণৰ ক্ষেত্ৰত ১৭.৭% শক্তিশালী বৃদ্ধিৰ বিপৰীতে উদ্যোগসমূহলৈ ঋণৰ পৰিমাণ প্ৰায় ১০% বৃদ্ধি পাইছে, যদিও সেৱা খণ্ড আৰু ব্যক্তিগত ঋণৰ মন্থৰতা দেখা গৈছে।

● কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টাৰে ঘোষণা কৰে যে মোডী ৩.০ চৰকাৰে প্ৰথম ১০০ দিনৰ ভিতৰতে নগৰীয়া আন্তঃগাঁথনি আৰু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, য’ত ২.৩ লাখ কোটি টকাৰ বিনিয়োগেৰে এক কোটি চহৰীয়া পৰিয়ালক সহায় কৰিবলৈ পি এম এ ৱাই-ইউ ২.০ অনুমোদন দিয়া হৈছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,920FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
clear sky
33.5 ° C
33.5 °
33.5 °
37 %
3.1kmh
0 %
Thu
33 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06
Video thumbnail
পুনৰ বৃদ্ধি পাব অত্যাৱশ্যকীয় ঔষধৰ মূল্য | Medicine Price | #notun_somoy
03:11

শেহতীয়া আপডেটঃ