কেৰিয়াৰ সন্ধান • অঞ্জু শাণ্ডিল্য

- Advertisement -
- Advertisement -
- Advertisement -

মেনেজমেণ্ট শিক্ষাৰ গুৰুত্ব
ব্ৰেণ্ড মেনেজমেণ্ট
মাৰ্কেটিং বিষয়ৰ এম বি এ পাঠ্যক্ৰমত ব্ৰেণ্ড মেনেজমেণ্ট বিষয়টো অন্তৰ্ভুক্ত কৰা আছে। ব্ৰেণ্ড মেনেজমেণ্টৰ বাবে নিৰ্দিষ্ট পাঠ্যক্ৰম নাই। কমিউনিকেচন আৰু এডভাৰটাইজিঙৰ পাঠ্যক্ৰম অধ্যয়ন কৰিও ব্ৰেণ্ড মেনেজমেণ্ট পঢ়িব পাৰিব। শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰখনত ব্ৰেণ্ড মেনেজমেণ্টৰ চাহিদা বৰ্তমান দিনকদিনে বৃদ্ধি পাইছে। কোনো এবিধ সামগ্ৰীৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰা, সামগ্ৰীবিধ ক্ৰয় কৰাৰ বাবে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ব্যৱহাৰ কৰা বিপণন কৌশলকে সাধাৰণ অৰ্থত ব্ৰেণ্ড মেনেজমেণ্ট বুলিব পাৰি। ব্ৰেণ্ড মেনেজমেণ্ট শিক্ষা গ্ৰহণ কৰা প্ৰাৰ্থীসকল প্ৰধানকৈ উদ্যোগ প্ৰতিষ্ঠান আদিৰ মাৰ্কেটিং বা বিপণন শাখাত জড়িত থাকে। নিয়োগৰ সম্ভাৱনা থকা শাখাসমূহ হৈছে— অট’মোবাইল উদ্যোগ, ই-কমাৰ্চ, বিজ্ঞাপন সংস্থা, ব্ৰেণ্ড কনছালটেন্সি, মিডিয়া হাউচ, নিত্য ব্যৱহাৰ্য সামগ্ৰী উত্পাদন গোট, বিত্তীয় সেৱা প্ৰদান সংস্থা ইত্যাদি। এই শাখাবোৰত মেনেজমেণ্ট ট্ৰেইনী, প্ৰডাক্ট মেনেজাৰ, মাৰ্কেট ৰিচাৰ্ছাৰ, ব্ৰেণ্ড মেনেজাৰ, মিডিয়া প্লেনাৰ, কেটেগৰী মেনেজাৰ, এডভাৰটাইজিং ষ্ট্ৰেটেজিট আদি পদবীত নিযুক্তি লাভ কৰে। ব্ৰেণ্ড মেনেজমেণ্টৰ বিভিন্ন বিভাগত এইসকল প্ৰাৰ্থীয়ে উদ্যোগ বা প্ৰতিষ্ঠান এটাৰ বাৰ্ষিক ব্যৱসায়িক পৰিকল্পনা আঁচনি আদি প্ৰস্তুত কৰে। লগতে দেশ-বিদেশৰ বিপণন সংস্থাবোৰকো দিহা-পৰামৰ্শ আগবঢ়ায়। বাণিজ্যিক পৰিকল্পনা প্ৰস্তুত কৰিবলগীয়া বিষয়সমূহ হৈছে— মাৰ্কেট এচেছমেণ্ট, কম্পিটিটিভ ৰিভিউ, মেক্ৰ’ইক’নমিক ট্ৰেণ্ডছ, ব্ৰেণ্ড পাৰফাৰমেন্স এনালাইছিচ, ৰেভিনিউ, গ্ৰছ মাৰ্জিনছ এণ্ড এক্সপেণ্ডিচাৰ। ব্ৰেণ্ড মেনেজমেণ্ট শাখাৰ অধীনত প্ৰাৰ্থীয়ে উত্পাদিত সামগ্ৰীৰ নিৰ্দিষ্ট স্তৰত থকা প্ৰতিযোগিতাৰ প্ৰতি লক্ষ্য ৰখা। পেকেজ ডিজাইন, উতপাদিত সামগ্ৰীৰ দ্বাৰা বজাৰ দখলৰ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা আৰু কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰা, গ্ৰাহকক মনেবিচৰা ধৰণে মনোগ্ৰাহীকৈ প্ৰস্তুত কৰা, মাৰ্কেট শ্বেয়াৰ, চেলচ ভলিউম আৰু লাভৰ দিশটো পৰ্যালোচনা কৰা আদি কামবোৰ কৰিবলগা হয়। ব্ৰেণ্ড মেনেজমেণ্ট পাঠ্যক্ৰম গ্ৰহণ কৰিব পৰা কেইটামান শিক্ষানুষ্ঠানৰ ঠিকনা হ’ল- Indian Institute of Management, (Ahmedabad, Bangalore, Calcutta, Indore) S.P. Jain Instute of Management and Research, Mumbai, Symbiosis Institute of Management and Research, Mumbai, Symbiosis Institute Management Studies Pune, Mudra Institute of Communication (MICA) Ahmedabad.

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ