বংগোপসাগৰত সৃষ্টি ঘূৰ্ণি বতাহ ৰেমাল, পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা

- Advertisement -
- Advertisement -
- Advertisement -

ভাৰতীয় বতৰ বিজ্ঞানে প্ৰকাশ কৰা মতে বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণি বতাহজাকে দেওবাৰে পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্যত বতাহজাকে প্রতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে দেওবাৰে পুৱাৰ ভাগত পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা। বতাহজাকৰ বেগ প্রতিঘণ্টাত ১৩৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। বতাহজাক ২৭ মে’ৰ পুৱাৰ ভাগলৈ অব্যাহত থাকিব আৰু তাৰ পাছত লাহে লাহে তীব্ৰতা হ্ৰাস পাব৷ বতৰ বিজ্ঞান বিভাগে কলকাতা, হাওৰা, নাদিয়া, ঝাৰগ্ৰাম, উত্তৰ ছবিব্বশ পৰগনা, দক্ষিণ ছবিব্বশ পৰগনা আৰু পূব মেদিনীপুৰ জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি আশংকা কৰি অ’ৰেঞ্জ এলাৰ্ট ঘোষণা কৰিছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,909FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
27.3 ° C
27.3 °
27.3 °
54 %
0.9kmh
38 %
Sun
27 °
Mon
30 °
Tue
31 °
Wed
30 °
Thu
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06
Video thumbnail
পুনৰ বৃদ্ধি পাব অত্যাৱশ্যকীয় ঔষধৰ মূল্য | Medicine Price | #notun_somoy
03:11
Video thumbnail
আই পি এলত ক’ৰ্পৰেটৰ বৃহৎ চমক || #notun_somoy
03:33
Video thumbnail
বিশ্বৰ শীৰ্ষ ৫০খন প্ৰদূষিত চহৰৰ ভিতৰত ভাৰতৰ ২৯ খন চহৰ | Air pollution | #notun_somoy
02:54
Video thumbnail
ভাৰতীয় বায়ুসেনাৰ বৃহৎ আধুনিকীকৰণ | Major modernization of Indian Air Force | #notun_somoy
03:36
Video thumbnail
ছ’চিয়েল মিডিয়া নে মানসিক ব্যাধি? || #notun_somoy
04:16
Video thumbnail
পান কাৰ্ডৰ নিয়মত বৃহৎ সালসলনি | Major revision in PAN card rules | #notun_somoy
03:02
Video thumbnail
আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত বিৰোধীৰ তিনি মহিলা প্ৰাৰ্থী || #notun_somoy
03:32
Video thumbnail
৮,৯৩১ দিন শাসনভাৰ নৰেন্দ্ৰ মোদীৰ হাতত | In a row 8,931 days of Narendra Modi's rule | #notun_somoy
03:17

শেহতীয়া আপডেটঃ