24.8 C
Guwahati
Wednesday, April 2, 2025

Buy now

শিৱসাগৰত দিব্যাংগসকলৰ ‘Purple Fair’ শীৰ্ষক অনুষ্ঠান

- Advertisement -
- Advertisement -
- Advertisement -

▶️শিৱসাগৰত দিব্যাংগসকলৰ ‘Purple Fair’ শীৰ্ষক অনুষ্ঠান
▶️দিব্যাংগসকলৰ প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ প্ৰয়াস
▶️গীত, নৃত্য, মুকাভিনয়, বক্তৃতা আদিত আপ্লুত উপস্থিত ৰাইজ

Composite Regional Centre (CRC) for Skill development, Rehabilitation and Empowerment of persons with disabilities, Guwahatiৰ
উদ্যোগত শিৱসাগৰৰ দৰবাৰ খেলপথাৰত শুক্ৰবাৰে দিনজেৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় দিব্যাংগসকলৰ Purple Fair শীৰ্ষক অনুষ্ঠান৷

এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত গীতালি দুৱৰা, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায় আৰু চি আৰ চিৰ সঞ্চালক ড০ পি কে লেংকা।

এই অনূষ্ঠানৰ জৰিয়তে দিব্যাংগসকলৰ মাজত লুকাই থকা প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হয়। এই পাৰ্পল মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক দিব্যাংগ ব্যক্তি-মহিলা, শিশুৱে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। দিব্যাংগ শিশুসকলে প্ৰদৰ্শন কৰা গীত, নৃত্য, মুকাভিনয়, বক্তৃতা আদিয়ে উপস্থিত ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

দিব্যাংগসকলৰ উন্নয়নৰ বাবে কাম কৰি থকা বহুকেইগৰাকী ব্যক্তিকো অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। সমান্তৰালভাৱে পেৰা স্প’ৰ্টচ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকীও খেলুৱৈকো সম্বৰ্ধনা জনোৱা হয়।

দিব্যাংগসকলৰ বাবেও সমান অধিকাৰ সুৰক্ষিত কৰা, আন শিশুসকলৰ সমানে তেওঁলোকক আগুৱাই নিয়াৰ বাবে CRC নাম সংস্থাটোৱে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে বুলি প্ৰকাশ কৰে সংস্থাটোৰ প্ৰতিনিধিয়ে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,479FansLike
0FollowersFollow
22,300SubscribersSubscribe
- Advertisement -
Assam
broken clouds
24.5 ° C
24.5 °
24.5 °
52 %
1.6kmh
78 %
Thu
39 °
Fri
41 °
Sat
39 °
Sun
36 °
Mon
34 °
Click & Play Now YouTube- ভিডিঅ’
‘ইতিহাসৰ পাত লুটিয়াই’ || খণ্ডঃ ১৯ || #notun_somoy
03:27
Video thumbnail
‘ইতিহাসৰ পাত লুটিয়াই’ || খণ্ডঃ ১৯ || #notun_somoy
03:27
Video thumbnail
পঞ্চায়ত নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী ব্যৱস্থাপনা সমিতি আৰু নিৰ্বাচনী ইস্তাহাৰ সমিতি ঘোষণা#notun_somoy
01:43
Video thumbnail
হিমন্ত বিশ্ব শৰ্মা হৃদয়হীন মুখ্যমন্ত্ৰীঃ কংগ্ৰেছ || #notun_somoy
01:43
Video thumbnail
বিটিএডি পৰিষদৰ নিৰ্বাচনত বিপিএফ জয়ী হোৱাৰ আশা || #notun_somoy
11:49
Video thumbnail
শিৱসাগৰত অৰুণোদয় আঁচনি বিতৰণত অনিয়ম || #notun_somoy
08:45
Video thumbnail
ডিমৌ বান্দৰমাৰী গড়ভগাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ || #notun_somoy
01:26
Video thumbnail
দেশৰ অৰ্থনৈতিক অৱস্থাৰ সংকট ৰাজহুৱা প্ৰতিষ্ঠান লীজত দি ধন সংগ্ৰহ || #notun_somoy
13:24
Video thumbnail
৭.৭ প্ৰাৱল্য এক বৃহৎ ভূমিকম্প || #notun_somoy
03:01
Video thumbnail
শিৱসাগৰ নামতি মৰিনামদাঙত সম্প্ৰিতিৰ এক বিৰল নিদৰ্শন || #notun_somoy
08:33
Video thumbnail
আমি সজাগ সচেতন নোহোৱা এটা গুৰুত্বপূৰ্ণ বিষয় || #notun_somoy
01:57

শেহতীয়া আপডেটঃ